লেখা অনুসন্ধান কৰক

Wednesday, November 5, 2008

স্বাগতম !

স্বাগতম বন্ধু!

মোৰ ব্লগৰ জৰিয়তে প্ৰকাশ কৰা মনৰ অনুভূতিবোৰ পঢ়ি চাবলৈ সময় উলিও‌ৱাৰ বাবে আপোনালৈ ধন্যবাদ ।


আশাকৰোঁ, লিখিত বিষয়-বস্তুবোৰৰ ওপৰত মতামত দি ধন্য কৰিব ।


-অৰুণজ্যোতি দাস

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...